ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ৷ শিক্ষা বিভাগৰ আমূল উন্নয়নত গুৰুত্ব আৰোপ৷ অৰুণোদয় আচনিত অধিক গুৰুত্ব আৰোপ৷ চিকিৎসা বিজ্ঞানত নামভৰ্তিত অধিক সৰলীকৰণ৷ যান যটঁৰ সমস্যা ৰোধত গুৰুত্ব৷ চৰকাৰী অস্থায়ী কৰ্মচাৰীৰ দৰমহা আৰু সা-সুবিধা …

Read More

সোণাৰিত অধিবক্তাসহ কংগ্ৰেছ নেতাক আটক ৷নিষিদ্ধ সংগঠনৰে যোগাযোগৰ সন্দেহ৷ PR NEWS ASSAM :সোণাৰিত বিদ্ৰোহী সংগঠনৰ লগত যোগাযোগ ৰক্ষাৰ অভিযোগত অধিবক্তা,কংগ্ৰেছ নেতাসহ সাতজন লোকক আটক জিলা আৰক্ষীৰ।আৰক্ষীয়ে চৰাইদেউ জিলাৰ প্ৰতিষ্ঠিত অধিবক্তা …

Read More

‘অমানৱীয়, বৰ্বৰ’ উচ্ছেদ অভিযান বন্ধ কৰক: ৰাজ্যিক চিপিআইৰ হুংকাৰ ৷

PR NEWS ASSAM, ২০ জুলাইঃ ৰাজ্যিক চিপিআইৰ সম্পাদক কনক গগৈয়ে ৰাজ্যৰ বিভিন্ন স্থানত চলাই থকা “অমানৱীয় আৰু বৰ্বৰ” উচ্ছেদ অভিযান অনতিপলমে বন্ধ কৰিবলৈ অনুৰোধ জনাইছে আৰু কয় যে যদি মানুহক …

Read More

আহমেদাবাদত নাজিৰা শিৱালীৰ ৰহস্যজনক মৃত্যু৷

PR’ NEWS ASSAM:  সৌৰভ পুৰুহিত নামৰ ৰাজস্থানৰ এজন ব্যক্তিৰ মালিকানাধীন এটা ফাৰ্মত কাম কৰা আহমেদাবাদত নাজিৰাৰ বাসিন্দা শিৱলী কাশ্যপ নামৰ ২৭ বছৰীয়া কিশোৰীৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়। মঙলবাৰে নিশা দুমহলীয়া অট্টালিকাৰ …

Read More

পোষ্টমৰ্টেম ৰিপ’ৰ্টত সন্দেহ ৷ নম্ৰতাৰ মৃত্যু ৰহস্যৰ দিশে ৷

ঘনে-ঘনে সলনি হৈছে দৃশ্যপট। তদন্ত অব্যাহত আৰক্ষীৰ৷ PR NEWS ASSAM :ক্ৰমাৎ সঘনে সলনি হৈছে দৃশ্যপট। যুৱতী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্যৰ গোন্ধ ৷ দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে …

Read More

ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত যুৱ অধিবক্তা পংকজ মহন্ত৷অগপ নেতৃত্বলৈ আবেদন প্ৰেৰণ ৷

PR NEWSASSAM :নাজিৰাৰ পৰা পোণ প্ৰথমবাৰৰ বাবে এজন যুৱ অধিবক্তা তথা সমাজকৰ্মী তথা বিশিষ্ট সাংবাদিক পংকজ মহন্তই আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰালৈ আগন্তুক ৰাজ্যসভা আসন এখনৰ …

Read More

নাজিৰা সমজিলাৰ গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে উদ্যোগ৷

অসম বাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ বাৰীত থকা বাহেৰে এটিয়া প্ৰস্তুত হব ইন্ধন।চাহৰ খেতিৰ দৰে বাঁহৰ খেতিৰেও এটিয়া আপুনিও হব পাৰিব স্বাৱলম্বী। এই কথা জনালে নুমলীগড় বায় ৰিফাইনেৰীৰ কৰ্তৃপক্ষই …

Read More