নাজিৰাত চ্যুকাফাৰ প্ৰতিমূৰ্তি উদ্বোধন মন্ত্ৰী ড° হিমন্তবিশ্বৰ৷
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ উচ্চতাৰ স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ নাজিৰাৰ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বিত্ত,স্বাস্থ্য,শিক্ষা তথা লোকনিৰ্মাণ দপ্তৰৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই উদ্বোধন কৰে৷ উল্লেখ্য যে …
Read More