ৰাজ্যৰ কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই৷

ৰাজ্যৰ জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন কৰি ৮ জুলাইত লোৱা কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে৷* নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)ত অনলাইন ঘৰত বহিয়ে পঞ্জীয়ন …

Read More

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কটন বিশ্ববিদ্যালয়ৰ বৰঙনি৷

নিউজ ডেস্ক ৰিপৰ্ট PR NEWS ASSAMঃ ক’ভিড -১৯ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কটন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এদিনৰ …

Read More

নাজিৰাত ক’ভিড ১৯ৰ টীকাকৰণ ব্যৱস্থাৰ বুজ ললে অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে; কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ৷

PR NEWS ASSAM নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা নাট্য মন্দিৰ, শিমলুগুৰি নাট্য মন্দিৰ, বৰচিলা চাহ বাগিচা আৰু …

Read More

আজিৰ দিনটোৰ তাপমান৷

আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমান ৩৪° ডিগ্ৰী চেলছিয়াচ যদিও ৩৯° ডিগ্ৰীতকৈ অধিক তাপমানৰ অনুভৱ হৈছে৷প্ৰচণ্ড গৰমৰ পাছত কাইলৈ প্ৰায় ১০ ৰ পৰা ১১ বজাৰ ভিতৰত বৰষুণৰ সম্ভাৱনা প্ৰায় নিশ্চিত৷অৱশ্যে সন্ধিয়াৰ ভাগত …

Read More

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজঃনিৰাপত্তা নিশ্চিত কৰক৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ হোজাই জিলাৰ অন্তৰ্গত ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা নিৰ্মম আক্ৰমণৰ বিৰুদ্ধে আজি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ। এ এম …

Read More

ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসঃসু-শৰীৰেৰে উদ্ধাৰ কৰা হ’ব অ’এন জিচিৰ কৰ্মচাৰীজনক৷

তিতাবৰস্থিত অ’ এন জিচিৰ অপহৃৃৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰীজনে অতি শীঘ্ৰে কৰ্মচাৰীজনক সু-শৰীৰেৰে উদ্ধাৰ কৰাৰ পৰিয়ালক আশ্বাস দিয়ে ৷

Read More

কাইলৈ শপত গ্ৰহণ কৰিব অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ প্ৰায় ১২.০০ বজাত শপত গ্ৰহণ কৰিব পঞ্চদশ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷লগতে শপত বাক্য ল’ব কেইবাজনো মন্ত্ৰীসভাৰ সদস্যই৷উপস্থিত থাকিব উত্তৰ -পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী …

Read More