নাজিৰা সমজিলাত অসম দিৱস উদযাপন ৷”স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন”

 PR NEWS ASSAM ::আহোম ৰাজ্যৰ মহান প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মহান আদৰ্শ আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই আজি অসম দিৱসৰ ঐতিহাসিক দিনটোক স্মৰণ কৰি , টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত …

Read More

নাজিৰা সমজিলাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন

PR NEWS ASSAM, ৫ নৱেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত দিনটোজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী …

Read More

নাজিৰা সমজিলাত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলৰ বাবে বিনামূলীয়া মেগা স্বাস্থ্য শিবিৰ ৷

PR NEWS ASSAM: অসমৰ মুখ্যমন্ত্ৰী ড° শিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ এক বিশেষ পদক্ষেপ। ৰাজ্যৰ শিশু – কিশোৰসকলৰ সুস্বাস্থ্য …

Read More

পোষ্টমৰ্টেম ৰিপ’ৰ্টত সন্দেহ ৷ নম্ৰতাৰ মৃত্যু ৰহস্যৰ দিশে ৷

ঘনে-ঘনে সলনি হৈছে দৃশ্যপট। তদন্ত অব্যাহত আৰক্ষীৰ৷ PR NEWS ASSAM :ক্ৰমাৎ সঘনে সলনি হৈছে দৃশ্যপট। যুৱতী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্যৰ গোন্ধ ৷ দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে …

Read More

নাজিৰা বিধান সভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ৷

PR NEWS ASSAM নাজিৰা, ১৫ ডিচেম্বৰ, ২০২৪: মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিনৱ চিন্তাৰে অসম চৰকাৰে হাতত লোৱা ‘বিকাশৰ ১২ দিন’ কার্যসূচীৰ অধীনত আজি অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ …

Read More

নাজিৰা সমজিলাত আঞ্চলিক পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ ৷

PR NEWS ASSAM ২২ অক্টোবৰ, ২০২৪: আজি ইংৰাজী ২২ অক্টোবৰ ২০২৪ তাৰিখে নাজিৰা সমজিলাৰ পঞ্চায়তীৰাজ প্রতিষ্ঠানৰ অন্তর্গত নাজিৰা আঞ্চলিক পঞ্চায়তৰ ফটো বিহীন খছৰা ভোটাৰ তালিকা প্রকাশ কৰা হয়। খচৰা ভোটাৰ …

Read More

বিৰোধী ঐক্যমঞ্চ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ ৷

PR NEWS ASSAM : সলনি হ’ল অসম বিৰোধী ঐক্যমঞ্চৰ নাম। এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব বিৰোধী ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷এই …

Read More

নাজিৰা মহকুমাত ৰেচন কাৰ্ডৰ নামভৰ্তি প্ৰক্ৰিয়া৷

PR NEWS ASSAM ২৫ ছেপ্তেম্বৰঃৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ইং ১৯ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যতেই ৰেচন কাৰ্ড আৰু অৰুণোদয় আচনিত নতুনকৈ হিতাধীকাৰী অন্তভুৰ্ক্ত কৰা প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে …

Read More

বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে নাজিৰা মহকুমা প্ৰশাসনৰ কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী৷

PR NEWS ASSAM ২২ নৱেম্বৰ: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আজি নাজিৰা মহকুমা পুথিভঁৰালত এখনি  …

Read More