*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ*

*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ* ভাৰতৰ নিৰ্বাচন আয়োগে অহা ২ মে’ত অনুষ্ঠিতব্য ভোট গণনাৰ পাছত বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশত শেহতীয়া …

Read More

ক’ভিড-১৯ ব্যৱস্থাপনাৰ অধীনত শিৱসাগৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা বলৱৎ৷

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ বিষ্ণু কমল বৰাই আজি জাৰি কৰা এক আদেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ …

Read More

নাজিৰা কলেজত নিৰ্বাচন সম্পৰ্কীয় বৰ্ণাঢ্য কাৰ্যসূচী৷

PR NEWS ASSAM নিউজ ডেস্কঃ ১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা আজি এক …

Read More

নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ৷

নাজিৰাত জিলা নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰ উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী …

Read More

চৰাইদেউত ভোটাৰ সজাগতাৰ বাবে বিশেষ বাহন মুকলি৷

চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পলাশ ৰঞ্জন ঘৰফলীয়াই আজি উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত নিৰ্বাচনী দায়িত্ব পালন কৰি থকা বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত এখন ভোটাৰ সজাগতাৰ বিশেষ বাহন মুকলি কৰে। …

Read More

*নাজিৰাত নিৰ্বাচনী পৰ্যবেক্ষক৷

নাজিৰা, ৪ মাৰ্চ: নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ আজি পুৱাই নাজিৰাত উপস্থিত …

Read More

নাজিৰা মহকুমা প্ৰশাসনৰ জৰুৰী পদক্ষেপ৷

নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই সমাগত বিধান সভা নিৰ্বাচনত এইবাৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা কিছু বিশেষ পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ তৰফৰ পৰা সমূহ নাজিৰা বাসীক অৱগত কৰে। নিৰ্বাচন …

Read More

ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা৷

 অসমত ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব আগন্তুক বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে এই কথা ঘোষণা কৰে দেশৰ মুখ‍্য নির্বাচনী আয়ুক্তই৷ অসমত প্ৰথম পর্যায়ৰ ২৭ মাৰ্চত। দ্বিতীয় পর্যায়ৰ নির্বাচনত ১ এপ্ৰিলত আৰু তৃতীয় পর্যায়ৰ …

Read More

নাজিৰা মহকুমা প্ৰশাসনৰ নিৰ্বাচন সম্পৰ্কীয় সভা৷

ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পৰিপ্ৰেক্ষিতত নাজিৰা মহকুমাত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰাৰ বাবে শনিবাৰে নাজিৰাৰ প্রশাসনিক বিষয়া, মহকুমা তথ্য …

Read More

জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ আন্দোলন কাৰ্যসূচীঃ নাজিৰাতো দুদিন ধৰি স্তব্ধ প্ৰশাসনিক কাম – কাজ ৷

অসমৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলা নাজিৰা মহকুমা আৰু জিলাখনতো জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মচাৰী সকলে সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জিলা আৰু মহকুমাত কৰ্মৰত …

Read More