অসমত থাকি তালিবানক সমৰ্থন কৰা সকলক কঠোৰ শাস্তি দিয়ক বিধায়ক ঃপদ্ম হাজৰিকা৷
শেহতীয়াকৈ ৰাজ্যখনত তালিবানৰ সমৰ্থক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ বিধায়ক হাজৰিকাই কয়- তালিবানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকল দেশদ্ৰোহী …
Read More