নাজিৰাত কেন্দ্ৰীয় ৰঙালী উৎসৱ -২০২২ উদযাপন ৷
নাজিৰাত কেন্দ্ৰীয় ৰঙালী উৎসৱ -২০২২ নাজিৰা নাট্যমন্দিৰৰ প্ৰাঙ্গণত উলহ-মালহেৰে উদযাপন কৰা হয়৷৩৭ বছৰ গৰকা এই বিহুৱে নাজিৰাৰ ব্যৱসায়ী,চাকৰিয়াল,সকলো দল তথা আছুৰ সহযোগত অনুষ্ঠিত কৰা হয়৷যোৰহাটৰ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপৰ গীতৰ …
Read More