নাজিৰা সমষ্টিৰ অসম যুৱ পৰিষদৰ সভাপতিৰ পদত যুৱ অধিবক্তা পংকজ মহন্ত ঃ অধিক শক্তিশালীৰ দিশত নাজিৰাত অগপৰ সংগঠন ৷
PR NEWS ASSAMঃনাজিৰা নগৰৰ মিলন মন্দিৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নাজিৰা সমষ্টিৰ নতুন সমিতিত সভাপতি হিচাবে নিৰ্বাচিত হৈছে নাজিৰাৰ বিশিষ্ট অধিবক্তা তথা যুৱ সমাজকৰ্মী পংকজ …
Read More