নাজিৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনত ৫ প্ৰতিদ্বন্দ্ব্বী৷

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁই, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ ৰিবুলয়া গগৈ, ফৰৱাৰ্ড ব্লকৰ ডা° হৰেণ বৰগোহাঁই আৰু নিৰ্দলীয় প্ৰাৰ্থী মিণ্টু বৰুৱা ৷

Read More

নাজিৰা মহকুমা সাধাৰণ জাতি সুৰক্ষা সন্মিলন গঠন৷

সাধাৰণ জাতিৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যাৰ সমাধান আৰু সামূহিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ প্ৰতিনিধিৰ উপস্থিতিত বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কৰি আগন্তুক দিনত চৰকাৰৰ ওচৰত দাবীসমূহ উপস্থাপন কৰা দাবীৰে …

Read More

বালিঘাট সংঘটিত শোকাৱহ দুৰ্ঘটনাঃনিহত ১

নাজিৰাৰ বালিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেলাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী। বিশেষ সূত্ৰৰমতে আৰোহী জনৰ নাম ডিম্পুল শইকীয়া বুলি চিনাক্ত হৈছে। নিহত যুৱকজনৰ ঘৰ লোণ পুৰীয়াৰ ভুতৰবাৰীত বুলি জানিব …

Read More

ৰাইজ বিজেপিৰ পক্ষতঃ ফণী পাঠক

PR NEWS ASSAM টিহু ■নামনি অসমৰ সকলো সমষ্টিত ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকৰ টিহুত ঘোষণা■পাটাছাৰকুছি সমষ্টিত অগপ-বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তুংগত,বিজেপিক সমষ্টিটো লাগিবই,অগপ আৰু জাতীয় পৰিষদৰ …

Read More

নাজিৰাত মহকুমা তথ্য-জনসংযোগ বিষয়া নিযুক্তি৷

নাজিৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাবে দায়িত্ব গ্ৰহণ কৰে নৱনিযুক্ত বৰ্ণালী দত্তই।  অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্ণালী দত্তই যোগদান …

Read More

মেছাগড়ত বৰগোহাঞি বংশাৱলীৰ শতবাৰ্ষিকী অনুষ্ঠান৷

নাজিৰা মহকুমা অন্তৰ্গত মেছাগড় চাওবিন ক্ষেত্ৰত গঢ় লোৱা বৃহৎ অসমীয়া জাতিৰ আহোম সকলৰ বৰগোহাঞি উপাধিধাৰী লোকসকলে ১৯২১ চনৰ পৰা আধুনিক ভাৱে এক স্বতঃষ্ফুৰ্ত্ত ৰূপত পালন কৰি অহা বংশাৱলীৰ সম্প্ৰতি এশ …

Read More

ৰাজ্য চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত লেহেমীয়া৷

বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে ” সকলোৱে লগত সম বিকাশ ” ৰ কথা আওৰাই আহিছে যদিও   বিৰোধী বিধায়ক থকা সমষ্টিসমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰেে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ …

Read More