নাজিৰা নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে নাজিৰা পৌৰসভাৰ বিশেষ পদক্ষেপ ৷
নাজিৰা নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিগত কেইদিনত নাজিৰা পৌৰ সভাই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে । নাজিৰা পৌৰ সভাই নাজিৰা পৌৰসভা এলেকাৰ অন্তৰ্গত বৰঠাকুৰ পথ, লাহতি পেট্ৰল পাম্পৰ পৰা পোষ্ট অফিচলৈ পথচোৱা, …
Read More