চাৰিগাৱত বৃহৎ চুৰি কাণ্ড*দিন দুুুুপৰতে লুটি নিলে পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী*

PR NEWS ASSAM,যোৰহাটঃ যোৰহাটৰ এক গ্ৰাম্যাঞ্চলত হোৱা ভয়ংকৰ চুৰি কাণ্ডই যোৰহটীয়া ৰাইজৰ নিৰাপত্তা কিমান সুৰক্ষিত তাক লৈ পুণৰ ভবাই তুলিছে।এইবাৰ দিন দুপৰতে চোৰে  পাচ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰা ঘটনাই …

Read More

১ জানুৱাৰীৰ পৰা খুলিব বিদ্যালয় : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

নিউজ ডেস্ক PR NEWS ASSAM জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে, অহা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ক্লাছসমূহ খুলিব। এই বিষয়ে …

Read More

টিহুত যতীন বৰা # বৈদ্যুতিক ব্যৱসায়ীক প্ৰতিষ্ঠান উদ্বোধন #

PR NEWS ASSAM ,টিহুঃ টিহুত সোমবাৰে এখন বৈদ্যুতিক ব্যৱসায়ী প্ৰতিষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট জনপ্ৰিয় অভিনেতা যতীন বৰাই । টিহুৰ কিশোৰ নাথ মালিকানাধীন “নাথ ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকচ ” নামৰ বৈদ্যুতিক ব্যৱসায়ী …

Read More

চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ৷

নিউজ ডেস্ক PR NEWS ASSAMঃ এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ …

Read More

মাজুলীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷

নিউজ ডেস্ক PR NEWS ASSAMঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত প্ৰী ইঞ্জিনীয়াৰ্ড বিল্ডিং প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া জেংৰাইমুখ আৰক্ষী নিৱেশ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও …

Read More

টিহু নৈৰ পাৰত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ৬৮ সংখ্যক টিহু ৰাস মহোৎসৱ ।

PR NEWS ASSAM টিহু ঃ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে টিহু ৰাস মহোৎসৱৰ । আজি টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা সমাজ …

Read More

টিহুত আৰম্ভ “মহো হো” উৎসৱ ৷

 PR NEWS ASSAM টিহুঃ  আজি সন্ধিয়া মুখৰিত হৈ পৰিছে বৃহত্তৰ টিহু অঞ্চল। আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা আজি নামনি অসমত পালন কৰা অন্যতম “মহো হো” উৎসৱ  উপলক্ষ্যে টিহুৰ বিভিন্ন স্হানত সন্ধিয়াৰ …

Read More

# টিহুত পথ নিৰ্মাণত অঘটন # শ্ৰমিক নিহত #

 PR NEWS ASSAM টিহুঃ টিহুত আজি  পথ নিৰ্মাণত সংঘটিত হয় এক  অঘটন । কৰ্মৰত অবস্থাত শ্ৰমিকৰ ওপৰেৰে চলিল ৰোলাৰ । থিতাতে নিহত হয়  এগৰাকী মহিলা শ্ৰমিক  । নিহত মহিলা  শ্ৰমিক …

Read More

গোসাইগাঁওৰ ডিংডিঙাত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা ৷

 PR NEWS ASSAM গোসাইগাওঁঃ বি টি আৰত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ বি টি আৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই ইয়াত বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ ইয়াৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ …

Read More

টিহুত কভি’ড যোদ্ধা সকলক সম্বৰ্ধনা,বিমল অটো এজেঞ্চিৰ ৷

PR NEWS ASSAM ,টিহুঃ টিহু বিমল অটো এজেঞ্চিৰ তত্বাবধায়ক ৰাতুল কলিতাৰ নেতৃত্বত কভি’ড প্ৰট’কল মানি জৰুৰী সেৱাৰ লগত জড়িত সাংবাদিক,প্ৰশাসনৰ লোক সকল চিকিৎসাৰ লগত জড়িত কভি’ড যোদ্ধা সকলক সম্বৰ্ধনা জনোৱাৰ …

Read More