উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন নাকচ ৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰমন্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আজি অখিল গগৈৰ জামিনৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি কয় যে , নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে …

Read More

নাজিৰাত মহকুমা তথ্য-জনসংযোগ বিষয়া নিযুক্তি৷

নাজিৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাবে দায়িত্ব গ্ৰহণ কৰে নৱনিযুক্ত বৰ্ণালী দত্তই।  অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্ণালী দত্তই যোগদান …

Read More

বুধবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

*যিকোনো বাণিজ্যিক গৃহ শক্তি সংৰক্ষণ পদ্ধতিৰ অধীনত নিৰ্মাণ কৰিব লাগিব। *গড়কাপ্তানী বিভাগক লোক নিৰ্মাণ বিভাগ ৰূপে নামাকৰণৰ সিদ্ধান্ত। *হিমা দাসলৈ ডি এছ পি পদবী দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷ *ৰাজ্যত সকলো …

Read More

দিনটোৰ বিশেষ খবৰ

অসম লোকসেৱা বিভাগৰ নতুন অধ্যক্ষ ৰাজীৱ বৰা৷ সঞ্জীৱ শইকীয়াক ASP,আছিফ আহমেদক ASP,বিতুল চেতিয়াক ASP ,অমৰ চৌধুৰীক ASP ইত্যাদি৷ পাণবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ জুবিন গাৰ্গ,অভিনেত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াৰ বিৰুদ্ধে …

Read More

মেছাগড়ত বৰগোহাঞি বংশাৱলীৰ শতবাৰ্ষিকী অনুষ্ঠান৷

নাজিৰা মহকুমা অন্তৰ্গত মেছাগড় চাওবিন ক্ষেত্ৰত গঢ় লোৱা বৃহৎ অসমীয়া জাতিৰ আহোম সকলৰ বৰগোহাঞি উপাধিধাৰী লোকসকলে ১৯২১ চনৰ পৰা আধুনিক ভাৱে এক স্বতঃষ্ফুৰ্ত্ত ৰূপত পালন কৰি অহা বংশাৱলীৰ সম্প্ৰতি এশ …

Read More

গেলেকীত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত নাগালেণ্ডৰ তিনি জিলাৰ উচ্চস্তৰীয় প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ লগত বৈঠক৷

সমাগত বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ তথা সুচাৰুভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত নাগালেণ্ডৰ তিনিখন জিলা ক্ৰমে মন, মুককচাঙ আৰু লঙলেং জিলাৰ পৰা অহা উচ্চস্তৰীয় প্ৰশাসনিক …

Read More

ৰাজ্য চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত লেহেমীয়া৷

বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে ” সকলোৱে লগত সম বিকাশ ” ৰ কথা আওৰাই আহিছে যদিও   বিৰোধী বিধায়ক থকা সমষ্টিসমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰেে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ …

Read More

অসম চৰকাৰৰ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা I

অসম চৰকাৰৰ অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সকলো থলোৱা ভাষাৰ ৬০ বছৰৰ অনূৰ্ধ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০ হাজাৰকৈ …

Read More