নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ৷

নাজিৰাত জিলা নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰ উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী …

Read More

নাজিৰাত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল৷

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত ৰিটাৰ্ণিং অফিচাৰৰ সন্মুখত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইয়ে আৰু কংগ্ৰেছ হৈ দেৱব্ৰত শইকীয়াই নিজ নিজ সমৰ্থকক লৈ আগন্তুক বিধানসভা নিৰ্বাচনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যে …

Read More

চৰাইদেউত ভোটাৰ সজাগতাৰ বাবে বিশেষ বাহন মুকলি৷

চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পলাশ ৰঞ্জন ঘৰফলীয়াই আজি উপায়ুক্ত কাৰ্যালয় প্ৰাংগনত নিৰ্বাচনী দায়িত্ব পালন কৰি থকা বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত এখন ভোটাৰ সজাগতাৰ বিশেষ বাহন মুকলি কৰে। …

Read More

*নাজিৰাত নিৰ্বাচনী পৰ্যবেক্ষক৷

নাজিৰা, ৪ মাৰ্চ: নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ আজি পুৱাই নাজিৰাত উপস্থিত …

Read More

নাজিৰা মহকুমা প্ৰশাসনৰ জৰুৰী পদক্ষেপ৷

নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই সমাগত বিধান সভা নিৰ্বাচনত এইবাৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা কিছু বিশেষ পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ তৰফৰ পৰা সমূহ নাজিৰা বাসীক অৱগত কৰে। নিৰ্বাচন …

Read More

ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা৷

 অসমত ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব আগন্তুক বিধানসভা নিৰ্বাচন। সংবাদমেলযোগে এই কথা ঘোষণা কৰে দেশৰ মুখ‍্য নির্বাচনী আয়ুক্তই৷ অসমত প্ৰথম পর্যায়ৰ ২৭ মাৰ্চত। দ্বিতীয় পর্যায়ৰ নির্বাচনত ১ এপ্ৰিলত আৰু তৃতীয় পর্যায়ৰ …

Read More

নাজিৰা মহকুমা প্ৰশাসনৰ নিৰ্বাচন সম্পৰ্কীয় সভা৷

ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পৰিপ্ৰেক্ষিতত নাজিৰা মহকুমাত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰাৰ বাবে শনিবাৰে নাজিৰাৰ প্রশাসনিক বিষয়া, মহকুমা তথ্য …

Read More

নাজিৰাত চ্যুকাফাৰ প্ৰতিমূৰ্তি উদ্বোধন মন্ত্ৰী ড° হিমন্তবিশ্বৰ৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ উচ্চতাৰ স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ নাজিৰাৰ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বিত্ত,স্বাস্থ্য,শিক্ষা তথা লোকনিৰ্মাণ দপ্তৰৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই উদ্বোধন কৰে৷ উল্লেখ্য যে …

Read More

নাজিৰা মহকুমা সাধাৰণ জাতি সুৰক্ষা সন্মিলন গঠন৷

সাধাৰণ জাতিৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যাৰ সমাধান আৰু সামূহিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ প্ৰতিনিধিৰ উপস্থিতিত বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কৰি আগন্তুক দিনত চৰকাৰৰ ওচৰত দাবীসমূহ উপস্থাপন কৰা দাবীৰে …

Read More