নাজিৰাত স্বতঃস্ফূৰ্ত সহাৰিৰে ভোটদান ৰাইজৰ৷ভোটদানৰ হাৰ ৮১.৭৩ শতাংশ ৷

১০৪ নং নাজিৰা বিধানসভা সমষ্টিত স্বতঃস্ফূৰ্ত সহাৰিৰে ভোটদান কৰে স্থানীয় ৰাইজে৷নগৰ তথা গ্ৰামাঞ্চল এলেকাত ভোটদানৰ প্ৰক্ৰিয়াত আছিল ৰাইজৰ অভূতপূৰ্ব সহাৰি৷ ভোটদানৰ হাৰ ৮১.৭৩ শতাংশ ৷সমষ্টিটোত মুঠ ৫ জন প্ৰাৰ্থীৰ ভাগ্য …

Read More

চণ্টকত হিমন্ত বিশ্বৰ নিৰ্বাচনী সভা৷

নাজিৰা মহকুমাৰ চণ্টক হাইস্কুলৰ খেলপথাৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷

Read More

নাজিৰা নিৰ্বাচনী জিলাৰ উদ্যোগত গেলেকী কনিষ্ঠ মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা৷

নাজিৰা ২৩ মাৰ্চ, ২০২১ : নাজিৰা নিৰ্বাচনী জিলা তথা মহকুমা প্ৰশাসনৰ উদ্যোগত গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আগন্তুক বিধানসভা নির্বাচন উপলক্ষে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে  আজি ছাত্র-ছাত্ৰীসকলৰ মাজত এখনি …

Read More

নাজিৰা কলেজত নিৰ্বাচন সম্পৰ্কীয় বৰ্ণাঢ্য কাৰ্যসূচী৷

PR NEWS ASSAM নিউজ ডেস্কঃ ১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা আজি এক …

Read More

নাজিৰাত কংগ্ৰেছৰ দুৰ্গত অমিত শ্বাহৰ ৰণডংকা,কংগ্ৰেছক তুলা-ধূনা৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা অমিত শ্বাহে ১০৪ নং নাজিৰা বিধানসভা সমষ্টিত এক বিশাল গণ সমাৱেশ নাজিৰা নগৰ খেলপথাৰত অংশগ্ৰহণ কৰি নাজিৰা সমষ্টিত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া অকমণ্য ৰাজনীতিক …

Read More

নাজিৰা প্ৰেছ ক্লাৱত মুখামুখি অনুষ্ঠান৷

নাজিৰা প্ৰেছ ক্লাৱত আগন্তুক বিধানসভা নিৰ্বাচনত ১০৪ নং নাজিৰা আৰু ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাৰতীয় জনতা পাৰ্টি,কংগ্ৰেছ,অসম জাতীয় পৰিষদ,ৰাইজৰ দল,ফৰৱাৰ্ড ব্লক আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে সংবাদসেৱী …

Read More

শিৱৰাত্ৰি মেলা বালিঘাট শিৱ মন্দিৰত৷

নাজিৰা মহকুমাৰ বালিঘাটস্থিত ঐতিহাসিক শিৱ মন্দিৰত দুদিনীয়াকৈ শিৱৰাত্ৰি মেলাৰ আয়োজন কৰা হৈছে৷উক্ত মেলাত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে৷

Read More

আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ–সাহিত্যিক খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ৷

PR NEWS ASSAM নলবাৰী : অতীতৰ ঐতিহ্যৰ ভেটিক নিৰ্ভৰ কৰি জাতি নিৰ্মাণ হয় । সেয়ে ঐতিহ্যক সন্মান জনাব নাজানিলে আমাৰ বিপদ অনিবাৰ্য । ঐতিহ্য বহনকাৰী লোকসকলৰ বিষয়ে জানি–বুজি চামে চামে …

Read More

ৰিবুলয়া গগৈৰ মনোনয়ন শুদ্ধ ৷ নাকচ হোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন৷

অসম জাতীয় পৰিষদৰ ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰিবুলয়া গগৈৰ প্ৰাৰ্থীত্ব নাকচ হোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি জানিব পৰা গৈছে৷দুটা ব্যক্তিগত মালিকানাধীন ইলেক্ট্ৰনিক মিডিয়াই বাৰম্বাৰ মিছা সংবাদ পৰিবেশনৰে প্ৰাৰ্থী …

Read More

নাজিৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনত ৫ প্ৰতিদ্বন্দ্ব্বী৷

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁই, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ ৰিবুলয়া গগৈ, ফৰৱাৰ্ড ব্লকৰ ডা° হৰেণ বৰগোহাঁই আৰু নিৰ্দলীয় প্ৰাৰ্থী মিণ্টু বৰুৱা ৷

Read More