*নাজিৰা নিৰ্বাচন জিলাত ভোটগণনাৰ বাবে সাজু প্ৰশাসন* *২টা ভোটগণনা কক্ষত ৭ খনকৈ সৰ্বমুঠ ১৪ খন টেবুলত হ’ব গণনা*

১০৪ নং নাজিৰা সমষ্টিৰ বাবে অহা ২ মে’ত হ’বলগীয়া ভোটগণনাৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । অতিৰিক্ত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তয়ে কয়, “আমি আশাবাদী …

Read More

*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ*

*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ* ভাৰতৰ নিৰ্বাচন আয়োগে অহা ২ মে’ত অনুষ্ঠিতব্য ভোট গণনাৰ পাছত বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশত শেহতীয়া …

Read More

ৰাজ্যত ভূমিকম্প ৷

২৮ এপ্ৰিলৰ পুৱাই এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল অসমক। পুৱা প্ৰায় ৭বাজি ৫৩ মিনিটত এক দীঘলীয়া ভুমিকম্পৰ জোকাৰণি অনুভুত হয়। ৬.৪ ৰিখটাৰ স্কেলৰ ভূঁইকঁপে জোকাৰি যায় অসম। এই ভুমিকম্পৰ ফলত …

Read More

নাজিৰাত সান্ধ্য আইন জাৰি*

*নাজিৰাত সান্ধ্য আইন জাৰি ৷কঠোৰ আৰক্ষী-প্ৰশাসন৷ ৰাজ্যখনত ক’ৰোনা ৰোগীৰ সংখ্যা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ অহা এক মে’লৈ সন্ধিয়া ৮ বজাৰ …

Read More

ক’ভিড-১৯ ব্যৱস্থাপনাৰ অধীনত শিৱসাগৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা বলৱৎ৷

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ বিষ্ণু কমল বৰাই আজি জাৰি কৰা এক আদেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ …

Read More

নাজিৰা মহকুমাৰ গাওঁবুঢ়া সন্থাৰ অভিনৱ পদক্ষেপ৷

নাজিৰা মহকুমা গাঁওবুঢ়া সন্থাৰ উদ্যোগত নাজিৰা মহকুমা গাওঁবুঢ়া কাৰ্যালয়ত এখনি  কেলেণ্ডাৰ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। এই সভাত নাজিৰা চক্ৰৰ অধীনত থকা ১২৬খন গাওঁৰ ৭৯ জন গাওঁবুঢ়া  উপস্থিত থাকে। লগতে …

Read More