মৰ্মান্তিক… স্বামীৰ মৃত্যুৰ দুমাহৰ পিছতে কৰ’নাই প্ৰাণ কাঢ়িলে পত্নীৰ অনাথ হ’ল তিনি সন্তান৷

PR NEWS ASSAM যোৰহাটঃ মহামাৰী ক’ৰনাই উত্তৰ যোৰহাটৰ ৰংদৈ দ গাঁও অঞ্চলৰ এটি পৰিয়ালৰ তিনি সন্তানক অনাথ কৰিলে।কৰ্কট ৰোগত মাত্ৰ দুমাহৰ আগতে পিতৃক হেৰুৱা পৰিয়ালটোৰ মাতৃগৰাকীৰো কালি ক’ৰনাত শোকাবহভাৱে মৃত্যু …

Read More

শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু নাজিৰাৰ মহকুমাধিপতিৰ ক’ভিদ কেয়াৰ চেন্টাৰ তথা চিকিৎসালয়খন পৰিদৰ্শন৷

নাজিৰা,১৪ মে’: শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তৰ উপস্থিতিত আজি নাজিৰাৰ  লিগিৰীপুখুৰী স্থিত প্ৰস্তাৱিত ক’ভিদ কেয়াৰ চেন্টাৰ তথা চিকিৎসালয়খন পৰিদৰ্শন কৰে। বৰ্তমানলৈকে চিকিৎসালয়খনৰ নিৰ্মাণকার্য অব্যাহত আছে। …

Read More

কাইলৈ শপত গ্ৰহণ কৰিব অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ প্ৰায় ১২.০০ বজাত শপত গ্ৰহণ কৰিব পঞ্চদশ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷লগতে শপত বাক্য ল’ব কেইবাজনো মন্ত্ৰীসভাৰ সদস্যই৷উপস্থিত থাকিব উত্তৰ -পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী …

Read More

নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া তৃতীয়বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিতঃ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৬৮৩ টা ভোটৰ ব্যৱধানত পৰাজিত বিজেপি৷

নাজিৰাত কংগ্ৰেছৰ জয়ধ্বজা উৰুৱাই ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হ’ল দেৱব্ৰত শইকীয়া  । কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দুবাৰকৈ মুখ্যমন্ত্ৰী আৰু ১৯৬৭ চনৰপৰা ১৯৯১ চন পৰ্য্যন্ত ছয়বাৰকৈ বিধায়কৰ পদ …

Read More

নাজিৰাত ভোট গণনা সফলতাৰে সমাপ্ত৷

বিষয়া – কৰ্মচাৰীক মহকুমাধিপতিৰ ধন্যবাদ৷ নাজিৰা, ৪ মে : ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ ভোট গণনা ২মে তাৰিখে সফলতাৰে সমাপ্ত হৈ যায়। নাজিৰাৰ জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি লখিমী দত্তই …

Read More

আজিৰ দিনটোৰ কেইটামান বিশেষ খবৰঃ

১/ বিশিষ্ট সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ৷ ২/ভোটগণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰী-সাংবাদিক ক’ৰনা টেষ্ট বাধ্যতামূলক৷ ৩/অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ কোভিড-১৯ত মৃত্যু হয়। ৪/২৪ ঘণ্টাত ভাৰতত ৩.৮৬ লাখ …

Read More

নাজিৰাৰ ক’ভিদ সম্বন্ধীয় তথ্য ৷

১/ নাজিৰাত আজি পুনৰ ক’ভিদ ১৯ আক্ৰান্ত হৈছে ০৮ জন ব্যক্তি। ২/ বৰ্তমান নাজিৰা মহকুমাত ক’ভিদ আক্ৰান্ত সংখ্যা সৰ্বমুঠ হ’ল ১৩৭ জন। ৩/ আজি নাজিৰাত ক’ভিদ পৰীক্ষণ কৰা ব্যক্তি সংখ্যা …

Read More