সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত মিলিত নাজিৰা মহকুমাধিপতিৰ ক’ভিড প্ৰতিৰোধত ব্যাপক সজাগতা৷

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰাৰ সাংবাদিক সকলৰ লগত এখন মত বিনিময় সভাত মিলিত হয় । সভাৰ আৰম্ভণিতে নৱ নিযুক্ত  মহকুমাধিপতিক তথ্য ও জনসংযোগ বিষয়া …

Read More

*নাজিৰাত নৱ-নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ দায়িত্বভাৰ গ্ৰহণ

PR NEWS ASSAM নাজিৰা : ২০১০ বৰ্ষৰ অসম অসামৰিক সেৱাৰ বিষয়া সব্যসাচী কাশ্যপে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ …

Read More

*তৃণমূল পৰ্য্যায়ত সজাগতাৰ সৃষ্টিয়ে ক’ভিডত মৃত্যুৰ হাৰ হ্ৰাস কৰিব – সাংসদ তপন কুমাৰ গগৈ*ঃক’ভিড ১৯ সম্পৰ্কীয় পৰ্যালোচনা বৈঠক সম্পন্ন*

নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰিৰ নাট্য মন্দিৰ  প্ৰাংগণত নাজিৰা ৰাজহ চক্ৰ পৰ্যায়ৰ ক’ভিড-১৯ ব্যৱস্থাপনা আৰু পৰিস্থিতিৰ  সন্দৰ্ভত এখনি পৰ্যালোচনা বৈঠক সম্পন্ন কৰা হয়। আজিৰ সভাত যোৰহাটৰ  সাংসদ তপন কুমাৰ গগৈ, নাজিৰাৰ …

Read More

শিৱসাগৰ উপায়ুক্তৰ নাজিৰাৰ ম’দিনগৰস্থিত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন৷

PR NEWS ASSAM নাজিৰা ২৬ মে’:  ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৰু ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসাসেৱাৰ বুজ লবলৈ শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰীযুত বিষ্ণু কমল বৰাই কালি …

Read More

নাজিৰাত ৰন্ধন পাইপ গেছ লাইনত বিজুতি,জ্বলা-কলাত গ্ৰাহক৷

PR NEWS ASSAM নাজিৰা ঃঃ অত্যাৱশ্যকীয় সেৱা ৰন্ধন গেছৰ পাইপ লাইনত যোৱা কালিৰে পৰা বিজুতি হোৱাত নাজিৰা কলেজ তিনিআলিৰ পৰা বৃহত্তৰ বুদবাৰী,চানবছা,লিকচন গাওঁ আদিকে ধৰি অঞ্চলত হঠাৎ ৰন্ধন গেছ সৰবৰাহ …

Read More

*নাজিৰাত ক’ভিদ সম্বন্ধীয় বিশেষ সজাগতামূলক অভিযান,ব্যাপক তৎপৰতা নাজিৰা স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনৰ৷

নাজিৰা মহকুমা প্ৰশাসন আৰু নাজিৰাৰ ক’ভিড চেণ্টাৰৰ যুটীয়া প্ৰচেষ্টাত এক সজাগতামূলক অভিযান আৰম্ভ কৰা হয়। নাজিৰা মহকুমাৰ মহকুমাধিপাতি লখিমী দত্তৰ তত্বাৱধানত আৰম্ভ কৰা এই অভিযানত নাজিৰাৰ ক’ভিড চেণ্টাৰৰ স্বাস্থ্যকৰ্মী, আশা …

Read More

ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসঃসু-শৰীৰেৰে উদ্ধাৰ কৰা হ’ব অ’এন জিচিৰ কৰ্মচাৰীজনক৷

তিতাবৰস্থিত অ’ এন জিচিৰ অপহৃৃৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰীজনে অতি শীঘ্ৰে কৰ্মচাৰীজনক সু-শৰীৰেৰে উদ্ধাৰ কৰাৰ পৰিয়ালক আশ্বাস দিয়ে ৷

Read More