নাজিৰাত কৃষি,পশুপালন মন্ত্ৰী অতুল বৰা,পৰিদৰ্শন কৰিলে চৰকাৰী প্ৰকল্প ৷ মেছাগড়ত সিঁচিলে শালিধানৰ কঠীয়া৷

নাজিৰাত ৰাজ্যৰ কৃষি,পশুপালন,সমবায় আৰু সীমান্ত উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত হৈ নাজিৰাৰ চানবছাস্থিত গাহৰি মাংস সংশোধন আৰু পেকেজিং প্ৰকল্পৰ যি কাম অগ্ৰগতিত আছে তাত পৰিদৰ্শন কৰে,উপস্থিত থাকে জিলা …

Read More

মেছাগড়ত শালিধানৰ কঠীয়া সিচাঁ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰা,তৎপৰ জিলা প্ৰশাসন৷

নাজিৰা মহকুমাৰ অন্তৰ্গত কৃষিকৰ্মৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মেছাগড়ত অহা ইং ১২ জুন তাৰিখে শালিধানৰ কঠীয়া সিচাঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই৷জয়সাগৰ কৃষি বিভাগৰ তত্ত্বাৱধানত দিনৰ ১১ বজাৰ পৰা মেছাগড়ত অনুষ্ঠিত …

Read More

* নাজিৰা মহকুমাধিপতিৰ কঠোৰ নিৰ্দেশ খাদ্য-অসামৰিক বিভাগক,চৰজমিন তদন্তৰে মূল্যবৃদ্ধি প্ৰতিৰোধ সম্ভৱ৷

নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে  বৰ্তমান বজাৰত সামগ্ৰীৰ আকাশলংঘী মূল্যৰ উৎসৰ সন্ধান কৰাৰ লগতে অসাধু ব্যৱসায়ীক চৰজমিন তদন্তৰ যোগেদি বিহিত ব্যৱস্থা লৈ জনসাধাৰণক সকাহ …

Read More

নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ এক ব্যতিক্ৰমী পদক্ষেপঃশ্মশানত বৃক্ষৰূপণৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উদযাপন৷

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি পুৱা নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা শ্মশানত ক’ভিড প্ৰটক’ল অৱলম্বন কৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি গছ পুলি ৰোপন কৰে। এই কাৰ্য্যসূচীত …

Read More

নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্রস্তুত নকৰাকৈ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত দীৰ্ঘম্যাদী ভিছা থকা বিদেশী সকলক সংস্থাপিত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া:- দেবব্ৰত শইকীয়া

অসমত নিৰ্বাচনৰ আগমুহুৰ্তত যোৱা ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনাৰ উদ্ধৃতি দি অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী …

Read More

* নাজিৰা মহকুমাধিপতিৰ কঠোৰ নিৰ্দেশ খাদ্য-অসামৰিক বিভাগক,চৰজমিন তদন্তৰে মূল্যবৃদ্ধি প্ৰতিৰোধ সম্ভৱ৷

নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে একাদিক্ৰমে নাজিৰাৰ সাংবাদিকসকল আৰু জেষ্ঠ্য নাগৰিকসকলৰ লগত নাজিৰা মহকুমাৰ বিভিন্ন সমস্যাৱলীৰ সন্দৰ্ভত পৃথকে পৃথকে সভাত মিলিত হয় । সভাৰ আৰম্ভণিতে …

Read More

নাজিৰাত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময়ঃউন্নয়নেই হ’ব লক্ষ্য৷

PR NEWS ASSAM নাজিৰাঃ নাজিৰা মহকুমাৰ  নৱনিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে আজি মহকুমাধিপতি  কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ ভালেসংখ্যক জ্যেষ্ঠ নাগৰিকৰ লগত এখন বৈঠকত মিলিত হয়। বৈঠকত মহকুমাধিপতি গৰাকীক জ্যেষ্ঠ নাগৰিক সকলে সম্বৰ্ধনা …

Read More

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজঃনিৰাপত্তা নিশ্চিত কৰক৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ হোজাই জিলাৰ অন্তৰ্গত ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা নিৰ্মম আক্ৰমণৰ বিৰুদ্ধে আজি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ। এ এম …

Read More