ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আয়ুষি জৈনৰ নাজিৰাৰ মহকুমাধিপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ ৷

PR NEWS ASSAM: ২০২০ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আয়ুষি জৈনে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহকাৰী সচিব আৰু যোৰহাট …

Read More

নাজিৰা মহকুমা কৃষি বিভাগৰ উদ্যোগত ন-মাটিত কাতি বিহু ৷

PR NEWS ASSAM নিউজ ডেস্ক* নাজিৰা মহকুমাৰ ন-মাটি ফুলপানী দিহিঙ্গীয়া পুখুৰীৰ পাৰত নাজিৰা মহকুমা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হয় ৷এই কাৰ্যসূচীত নাজিৰাৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি …

Read More

জনসংযোগ শিৱসাগৰ প্ৰেছ বাৰ্তা নং ১০৪ । শিৱসাগৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন৷

PR NEWS ASSAMঃ অহা ইং ৮ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰঅন্তৰ্গত তিনিটা নিৰ্বাচনী সমষ্টি ক্ৰমে ৰজাবাৰী, টেঙাপানী আৰু কটিয়ৰিত ভোটগ্ৰহণ অনুস্থিত হ’ব। এই উপলক্ষে শিৱসাগৰ জিলা উন্নয়ন …

Read More

শি্ৱসাগৰত অসম বিধান সভাৰ ৰাজহুৱা হিচাব পৰীক্ষণ সমিতিৰ পৰ্যালোচনা সভা৷

PR NEWS ASSAM: অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ (Public Accounts Committee) অধ্যক্ষ তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এটি দলে দিনজোৰা কাৰ্যসূচীৰে যোৱা ১৪ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাৰ অন্তৰ্গত …

Read More

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱসঃবাটৰ নাট

নিউজ ডেস্ক PR NEWS ASSAM : আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱসৰ লগত সংগতি ৰাখি আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত শিৱদৌল প্ৰাঙ্গণৰ সন্মূখত …

Read More

উদয় উমেশ ললিত দেশৰ নতুন মূখ্য ন্যায়াধীশ৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ উদয় উমেশ ললিত দেশৰ সৰ্বোচ ন্যায়ালয়ৰ ৪৯ সংখ্যক মূখ্য ন্যায়াধীশ,অহা ইং ২৭ আগষ্টত শপত গ্ৰহণ কৰিব ৷বৰ্তমানৰ মূখ্য ন্যায়াধীশ এ ভি ৰামান্নাই তেওঁৰ নাম …

Read More

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

নিউজ ডেস্ক PR NEWS ASSAMঃ অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-অবিবাহিত কন্যা সন্তানলৈ পৰিয়াল পেঞ্চন প্ৰদান, অসমক ‘লজিষ্টিক হাব’লৈ ৰূপান্তৰৰ প্ৰচেষ্টা, গুৱাহাটী মাষ্টাৰ প্লেনৰ কাৰ্যকৰী ৰূপায়ণ, নগৰ …

Read More

*নাজিৰাত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সজাগতা সভা*

PR NEWS ASSAM নাজিৰাঃ নাজিৰা উকীল সন্থাৰ কাৰ্যালয়ত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷জিলা আইন সেৱা প্ৰাধিকাৰীৰ অন্তভুৰ্ক্ত অধিবক্তাসকলৰ কাৰ্য আৰু দায়িত্ব তথা বিকল্প …

Read More

*নাজিৰা মহাবিদ্যালয়ত ভোটাৰ সংক্ৰান্তীয় বিশেষ সভা*

PR NEWS ASSAM নাজিৰা: অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ সভাপতিত্বত নাজিৰা মহাবিদ্যালয়ত নিৰ্বাচন সংক্ৰান্তীয় নতুন প্ৰ-পত্ৰসমূহৰ মুকলি এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷। ভাৰতৰ নিৰ্বাচনী আয়োগে জাৰি …

Read More