নাজিৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৷

PR NEWS ASSAMঃ  নাজিৰা মহকুমাৰ গেলেকীত অৱস্থিত আৰোগ্যম মেডিকেলত চিকিৎসা আগবঢ়াই আহিছিল।দেৱাশিস দত্তই ব্যৱহাৰ কৰি থকা প্ৰেছক্ৰিপচনত উল্লেখিত অসম মেডিকেল কাউঞ্চিলৰ পঞ্জীয়ন নং প্ৰকৃততে ডাঃ জেচী শ্বেতা মুকেশৰ নামতহে পঞ্জীকৃত …

Read More

নাজিৰা মহকুমাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ঃ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা৷

PR NEWS ASSAM ১৬ নৱেম্বৰ: নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসন তথা নাজিৰা প্ৰেছ ক্লাবৰ সহযোগত  আজি নাজিৰা প্ৰেছ ক্লাবত “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”, ২০২২ …

Read More

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদত বিজেপি-অগপৰ মিত্ৰজোটঁৰ দখলতঃ আঞ্চলিক ৰাজনীতিৰ দপদপনি৷

ৰাজ্যৰ ২২ খন দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি-অগপৰ ১২ খন আসন জয়লাভৰ বিপৰীতে জেপিপি নামৰ আঞ্চলিক দলটিয়ে ৮ খন আৰু কংগ্ৰেছ দলে ২ খন আসন লাভ কৰে৷ স্বাভাৱিকতে তুলনামুলকভাবে শাসকীয় …

Read More

শিৱসাগৰত ছোৱাইন ফ্লু প্ৰাদুৰ্ভাৱ ৷

PR NEWS ASSAMঃ শিৱসাগৰ জিলাত ক্ৰমাৎ ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত প্ৰায় শতাধিক গাহৰিৰ মৃত্যু হৈছে৷জিলা প্ৰশাসনে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে৷জিলাৰ অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ ১৪৪ ধাৰা জাৰি …

Read More

শিৱসাগৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন সম্পৰ্কে সভা ৷

PR NEWS ASSAM:- অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্য্যটন বিষয়া সকলৰ সৈতে এক পৰ্য্যালোচনা সভা …

Read More

নাজিৰাত সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাক স্মৰণ৷

ওপৰ নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সুধাকণ্ঠ ভাৰত ৰত্ন তথা বিশ্ব বৰেণ্য শিল্পী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা তেখেতৰ সংগীতৰ …

Read More

নাজিৰাৰ ঐতিহাসিক নগা আলি নিৰ্মাণৰ দাবীত প্ৰতিবাদ ঃ মহকুমাধিপতিক স্মাৰকপত্ৰ ৷

PR NEWS ASSAMঃ নাজিৰাৰ ঐতিহাসিক বিধস্ত নগা আলি নিৰ্মাণৰ দাবীত ৰাজপথত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে৷লগতে স্থানীয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়টো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বামুণ পুখুৰী , সোন্দৰ পুখুৰী …

Read More

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰৰ ৬টা ঐতিসাহিক স্থানত সংহতিৰ দৌৰ

PR NEWS ASSAM :- ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস হিচাবে উদযাপন কৰা হয় …

Read More

শিৱসাগৰত মন্ত্ৰী ৰণোজ পেগুৱে বিতৰণ কৰিলে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক৷

PR NEWS ASSAM :- অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলাৰ ব’ৰ্ডিং খেল পথাৰত আয়োজিত এক ৰাজহুৱা সভাত জিলাখনৰ বিভিন্ন অঞ্চলৰ বিভিন্ন মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ অধীনত ঋণ লোৱা …

Read More

শিৱসাগৰ উপায়ুক্তৰ অধ্যক্ষতাত শিৱসাগৰ জিলা উন্নয়ণ সমিতিৰ সভা সম্পন্ন৷

PR NEWS ASSAM ঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত যোৱা ২৯ অক্টোবৰ তাৰিখে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অক্টোবৰ মাহৰ শিৱসাগৰ জিলা উন্নয়ন সমিতিৰ সভাখন অনুষ্ঠিত হৈ যায় । …

Read More