গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী ঃৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ‘ভৰসা’ এপ ৷
PR NEWS ASSAM ঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫ সংখ্যক বৰ্ষত ভৰি দিয়া হীৰক জয়ন্তী অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুৰ্মুৱে কয়, উত্তৰ–পূৰ্বৰ খিলঞ্জীয়া লোকক সন্মান …
Read More