১/ বিশিষ্ট সঙ্গীত পৰিচালিকা , কণ্ঠশিল্পী , অধ্যাপিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান ৷
২/ভোটগণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰী-সাংবাদিক ক’ৰনা টেষ্ট বাধ্যতামূলক৷
৩/অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ কোভিড-১৯ত মৃত্যু হয়।
৪/২৪ ঘণ্টাত ভাৰতত ৩.৮৬ লাখ ক’ভিডত আক্ৰান্ত, ৩৪৯৮ জনৰ মৃত্যু৷
৫/ দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু৷