নাজিৰাৰ ক’ভিদ সম্বন্ধীয় তথ্য ৷

১/ নাজিৰাত আজি পুনৰ ক’ভিদ ১৯ আক্ৰান্ত হৈছে ০৮ জন ব্যক্তি।

২/ বৰ্তমান নাজিৰা মহকুমাত ক’ভিদ আক্ৰান্ত সংখ্যা সৰ্বমুঠ হ’ল ১৩৭ জন।

৩/ আজি নাজিৰাত ক’ভিদ পৰীক্ষণ কৰা ব্যক্তি সংখ্যা ৮৫৮ জন RAT আৰু ০৭ জন RT PCR।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যায় আৰু হস্পিটেলত কালি ক’ভিডত আক্ৰান্ত হৈ নাজিৰাৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৩ বছৰ। ব্যক্তিজনৰ নাম আলহাজ কুদ্দুুছি ৰহমান বুলি জানিব পৰা গৈছে৷