২৮ এপ্ৰিলৰ পুৱাই এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল অসমক। পুৱা প্ৰায় ৭বাজি ৫৩ মিনিটত এক দীঘলীয়া ভুমিকম্প
ৰ জোকাৰণি অনুভুত হয়।
৬.৪ ৰিখটাৰ স্কেলৰ ভূঁইকঁপে জোকাৰি যায় অসম। এই ভুমিকম্পৰ ফলত ৰাজ্যৰ কেইবা ঠাইতো বিদ্যুত বিছিন্ন হৈ পৰে।
পিছে ইয়াৰ পিছতে পুনৰ আন এক মৃদু ভূইকপে জোকাৰি যায় অসম।
গুৱাহাটীৰ পৰা ৯৮ কিলোমিটাৰ দূৰত্বত শোণিতপুৰত এই ভুমিকম্পৰ কেন্দ্ৰস্থল বুলি জানিব পৰা গৈছে।

