চণ্টকত হিমন্ত বিশ্বৰ নিৰ্বাচনী সভা৷

নাজিৰা মহকুমাৰ চণ্টক হাইস্কুলৰ খেলপথাৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷