নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত ৰিটাৰ্ণিং অফিচাৰৰ সন্মুখত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইয়ে আৰু কংগ্ৰেছ হৈ দেৱব্ৰত শইকীয়াই নিজ নিজ সমৰ্থকক লৈ আগন্তুক বিধানসভা নিৰ্বাচনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যে মনোনয়ন পত্ৰ দাখিল কৰে৷
