দুভৰীৰ যাদুৰে খেলপথাৰত প্ৰতিপক্ষক ত্ৰাসৰ সৃষ্টি কৰা আৰু দৰ্শকক আমোদ-প্ৰমোদ দিয়া কিংবদন্তী ফুটবল খেলুৱৈ ডিয়েগ’ মাৰাডোনা আৰু নাই। ৬০ বছৰীয়া খেলুৱৈগৰাকীৰ আজি হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। উল্লেখ্য যে এমাহৰ পূৰ্বে মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল কিংবদন্তী আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈগৰাকীৰ। আজি খেলুৱৈগৰাকী হৃদক্ৰিয়া বন্ধ হৈ ৬০ বছৰ বয়সত মৃত্যু হয়।
কিংবদন্তী ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ মৃত্যু।
