উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন নাকচ ৷



উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰমন্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আজি অখিল গগৈৰ জামিনৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি কয় যে , নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি অহাৰ পৰামৰ্শ দিলে সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে যোৱা ইং ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ দ্বাৰা অখিল গগৈৰ জামিন আবেদন নাকচ ।