- *যিকোনো বাণিজ্যিক গৃহ শক্তি সংৰক্ষণ পদ্ধতিৰ অধীনত নিৰ্মাণ কৰিব লাগিব।
- *গড়কাপ্তানী বিভাগক লোক নিৰ্মাণ বিভাগ ৰূপে নামাকৰণৰ সিদ্ধান্ত।
- *হিমা দাসলৈ ডি এছ পি পদবী দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷
- *ৰাজ্যত সকলো স্তৰৰ লোকলৈ ৩০ ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাইৰ সিদ্ধান্ত।
- *ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন ভৱন ৷
- *বৰাকত অচিৰেই ৬ টা বিভাগক লৈ মিনি সচিবালয় ৷
- *গুৱাহাটী প্ৰেছ ক্লাব, কৰুণাধাৰা, শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংস্থাক প্ৰায় তিনি বিঘাকৈ ভূমি আবণ্টনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷

