নাজিৰা- শিমলুগুৰি অঞ্চলত আজি নিশা ১০.৩০ বজাৰ পৰা অহা ৩০/০১/২০২১ ৰ নিশা ২.০০ বজা পৰ্যন্ত পাইপ লাইন গেছ সংযোগ জৰুৰী মেৰামতিৰ কাৰণে বন্ধ থাকিব,এই কথা সদৰী কৰি বিভাগীয় কৰ্তৃপক্ষই নাজিৰা মহকুমাধিপতিলৈ এক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হ’ল৷
নাজিৰা-শিমলুগুৰিত বন্ধ থাকিব পাইপ লাইন গেছ৷
