গণৰাজ্য দিৱসত সন্মান৷

প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান ।

লগতে ভিন্ন ক্ষেত্ৰৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱা ৮ জন ব্যক্তিলৈ পদ্মশ্ৰী সন্মান ।
ইমৰাণ শ্বাহ, বিজয়া চক্ৰৱৰ্তী, গোপীৰাম বৰবায়ন বুঢ়াভকত, বীৰুৱালা ৰাভা, লখিমী বৰুৱা, মংগল সিং হাজোৱাৰী, দুলাল মানকী, ৰোমান শৰ্মালৈ পদ্মশ্ৰী বঁটাৰে সন্মান ।

আনহাতে অসম আৰক্ষীৰ ১৩ জনকৈ বিষয়ালৈ ৰাষ্ট্ৰপতি পদক আৰু কেন্দ্ৰীয় গৃহ বিভাগৰ অসাধাৰণ প্ৰতিভা বঁটা৷