*উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক Z+ সুৰক্ষা৷*
*ৰাম মন্দিৰ নির্মাণৰ বাবে ১ কোটি টকা দান গৌতম গম্ভীৰৰ৷*
*সংসদৰ কেণ্টিনত দিয়া ৰাজসাহায্য বন্ধ, বাঢ়িব খাদ্যৰ দাম৷*
*ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ*
*যোৰহাটত গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা আৰম্ভ৷*

