ৰাজ্যজুৰি ভোগালীত উখল-মাখল পৰিৱেশ৷

নিউজ ডেস্ক PR NEWS ASSAM

অসমীয়াৰ স্বাভিমান অসমীয়াৰ গৌৰৱ ভোগৰ উৎসৱ ভোগালী বিহু ৰাজ্যৰ ভিন্ন প্ৰান্তত উখল-মাখল ভাৱে উদযাপন কৰা হয় । যোৰহাট ,শিৱসাগৰ, গোলাঘাট সকলোতে ভেলাঘৰৰ নান্দনিক সৌন্দয্যই সকলোকে মোহিত কৰি তুলিছে । যেন কোনে সকলোতকৈ ভাল ভেলাঘৰ নিৰ্মান কৰিছে তাৰেই প্ৰতিযোগিতা সৰ্বত্ৰে ।