বিৰোধী দলৰ দলপতি আসন হেৰুৱালে দেৱব্ৰত শইকীয়াই৷

নিউজ ডেস্ক PR NEWS ASSAM

নাজিৰাৰ বিধায়ক তথা কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি আসনখন দলৰ বিধায়কৰ সদস্যৰ সংখ্যা হ্ৰাস পোৱাত পদচ্যুত হয়৷বিধানসভাত বিৰোধী দলৰ দলপতি হ’বলৈ ২১ জন বিধায়কৰ প্ৰয়োজন,কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা বৰ্তমান ২০ জনলৈ হ্ৰাস পোৱাত কেবিনেট মৰ্যাদাৰ লগতে আসনখন হেৰুৱায়৷এতিয়াৰ পৰা বিধায়কজনৰ নিৰাপত্তাৰক্ষীৰ লগতে সা-সুবিধা কমিব৷আগন্তুক বিধানসভা নিৰ্বাচন সন্মুখত কংগ্ৰেছৰ বাবে ই নিঃসন্দেহে শুভ লক্ষণ নহয়৷