নাজিৰাত যুৱ অধিবক্তা পংকজ মহন্তৰ ৰাইজলৈ আইনী সাহাৰ্য

PR NEWS ASSAM :জনসাধাৰণৰ বাবে উৎসৰ্গিত এই সেৱা ,সকলো শ্ৰেণীৰ লোকে আইনী সেৱা পাব ৷অধিবক্তা পংকজ মহন্তই কয় যে,আইন অকল আদালতত বা ব্যক্তি বিশেষৰ মাজত আইন সীমাবদ্ধ হ’লে নহ’ব সাধাৰণ জনতাৰ মাজত আইনৰ জ্ঞান বৃদ্ধি হ’ব লাগিব তেতিয়াহে সমাজ সংশোধন আৰু প্ৰগতি হ’ব ৷