অসমৰ কহিনুৰ জুবিন গাৰ্গ অকালতে হেৰাল৷

চিঙ্গাপুৰৰ সাগৰত সাতোঁৰত অৱস্থাত আকস্মিকভাৱে মৃত্যু৷শ্বাস প্ৰশ্বাসজনিত কাৰণ মৃত্যুৰ সন্দেহ৷

হাৰ্টথ্ৰৱ জুবিনৰ মৃত্যুত শোকস্তব্ধ দেশবাসী৷

অসমে এজন এটি যুগৰ জনপ্ৰিয় শিল্পী হেৰুৱালে ৷

দুৰ্ঘটনাৰ বাবে দায়ী কোন ?

নৰ্থ ইষ্ট ফেষ্টিভেলত কাৰ দায়িত্ব আছিল শিল্পী জুবিনৰ নিৰাপত্তা তাক লৈ বহু প্ৰশ্নৰ উদ্বেগ হৈছে৷