বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ক’ৰোনাত আক্ৰান্ত৷

নিউজ ডেস্ক PR NEWS ASSAM

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ক’ৰোনাত আক্ৰান্ত হৈছে ,এই কথা তেওঁ টুইটাৰযোগে ৰাজহুৱা কৰিছে৷