কা’ ৰ বিৰুদ্ধে পুণৰ গঢ়ি তোলা হ’ব তীব্ৰ আন্দোলন : অখিল গগৈ৷

নিউজ ডেস্ক PR NEWS ASSAM

  • কা ৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হোৱাৰ আহ্বান কৃষক নেতা গৰাকীৰ ।এই মাহৰ পৰা জেলৰ পৰা ওলাই অহা বাট মুকলি হ’ব বুলি আশাবাদী অখিল গগৈ ।
  • অখিল গগৈয়ে কয় আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব ৷
  • জেলত থাকিলেও তাৰ পৰাই কা ৰ বিৰুদ্ধে দৃঢ় অখিল গগৈ । তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ ৷চৰকাৰৰ পুঁজিপতি আৰু দমনমূলক নীতিক কঠোৰ সমালোচনা কৰে কৃষক মুক্তি সংগঠনৰ নেতাগৰাকীয়ে৷