স্বামী হত্যাৰ অভিযুক্তত সোণম৷প্ৰেমিকেৰে মিলি হত্যা ৰাজাক ৷

হানিমুনলৈ অহাৰ পূৰ্বেই সোনমৰ মাষ্টাৰপ্লেন! স্বামী ৰাজাক হত্যাৰ বাবে ক’ত কেনেকৈ কৰিছিল পৰিকল্পনা! সোনমৰ নিৰ্দেশতে ৩ চুপাৰি কিলাৰে হত্যা কৰিছিল ৰাজাক ৷

২৩ মে’ৰ পৰা মেঘালয়ৰ পৰা সন্ধানহীন হৈ আছিল সোনম ৰঘুবংশী। তাৰ পাছতে ৰহস্যজনকভাৱে ২ জুনত ছহৰাৰ উম্বলাইৰ ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটৰ ৱেইছ’ডং জলপ্ৰপাতৰ সমীপত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ অৰ্ধগলিত মৃতদেহ ৷