নিউজ ডেস্ক PR NEWS ASSAM
নাজিৰা অগপৰ কাৰ্যালয়ত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে৷ নাজিৰা অগপৰ বিধান পৰিষদৰ সভাপতি মৃদুল মহন্তই আতঁধৰা কাৰ্য্যসূচীত দলৰ নেতা-কৰ্মীসকলে শ্বহীদসকলক সোৱঁৰণ কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে স্মৃতি তৰ্পন কৰে আৰু নিজ নিজ বক্তব্য ৰাখে ৷

