পুণৰ মিলিত হ’ব কৃষক প্ৰতিনিধি৷

নিউজ ডেস্ক PR NEWS ASSAM

অহা ইং ৯ ডিচেম্বৰত পুনৰবাৰ তিনিগৰাকী কেন্দ্ৰীয় মন্ৰী আৰু ৩২ টা প্ৰধান কৃষক সংগঠনৰ প্ৰতিনিধি মিলিত হ’ব এক বৈঠকত | শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় নেতৃত্বৰে পুৰ্ণস্তৰৰ বৈঠকত মিলিত হৈছিল কৃষক সকল | শনিবাৰৰ এই বৈঠকত উপস্থিত থকা কৃষক নেতাসকলে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আলোচনাৰ অন্ততহে কৃষি আইন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰতিশ্রুতি প্রদান কৰিছে |