নিউজ ডেস্ক PR NEWS ASSAM
‘মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত । বিটিচিত যদি দুৰ্নীতি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মাও দায়ী। হাগ্ৰামা মহিলাৰীক জে’লত পঠালে হিমন্ত বিশ্ব শৰ্মাকো পঠাব লাগিব জে’লত।’ —এই মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকেে কৰিলে বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ চলায়৷বিটিচিত চৰকাৰ গঠনত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ,সাংসদ আব্দুল খালেকে।

