আহি আছে ৰজনীকান্ত ৰাজনীতিত চমক দিবলৈ…

নিউজ ডেস্ক PR NEWS ASSAM

আগন্তুক তামিলনাডুৰ বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি চুপাৰষ্টাৰ ৰজনীকান্তে অহা ইং ৩১ ডিচেম্বৰত ঘোষণা কৰিব তেওঁৰ নতুন ৰাজনৈতিক দলৰ |”আগন্তুক সময়ত আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিম বুলি টুইটাৰ যোগে সদৰি কৰে জনপ্ৰিয় অভিনেতাজনে৷