কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চি আই ডি চমন৷দেৱব্ৰত শইকীয়াকো হাজিৰৰ নিৰ্দেশ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চি আই ডিয়ে চমন জাৰি কৰিছে৷কে চি বেনুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়ালৈও চমন জাৰি চি আই ডিৰ। চি আই ডিয়ে চমন জাৰি কৰিছে কেইবাজনো নেতালৈ। চমন জাৰি জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মালৈ।ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ গোচৰ ৰুজু হৈছিল একাধিক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে।অহা ২৩ ফেব্ৰুৱাৰীত গুৱাহাটীস্থিত চি আই ডিৰ কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ। দিনৰ ১১.৩০ বজাত হাজিৰ হ’ব লাগিব আটাইকেইজন। ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ গোচৰ ৰুজু হৈছিল একাধিক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে। ২৩ফেব্ৰুৱাৰীত CID কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ। দিনৰ ১১.৩০ বজাত হাজিৰ হ’ব লাগিব আটাইকেইজন। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত যোৰহাট  আৰু খানাপাৰাত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত এই চমন জাৰি কৰা হৈছে৷