PR NEWS ASSAM,যোৰহাটঃ
যোৰহাটৰ এক গ্ৰাম্যাঞ্চলত হোৱা ভয়ংকৰ চুৰি কাণ্ডই যোৰহটীয়া ৰাইজৰ নিৰাপত্তা কিমান সুৰক্ষিত তাক লৈ পুণৰ ভবাই তুলিছে।এইবাৰ দিন দুপৰতে চোৰে পাচ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ কৰিছে।ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

