নিউজ ডেস্ক PR NEWS ASSAM : আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱসত বাঘ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰতি বছৰে ২৯ জুলাই দিনটো আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস হিচাবে পালন কৰি অহা হৈছে ৷ গৌৰৱৰ বিষয় যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এক অগ্ৰণী ভূমিকা লৈ আহিছে । বিশেষ ভাৱে কাজিৰঙাই বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰামতে বাঘৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি ৷
