ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ বিয়োগত যথেষ্ট মৰ্মাহত হৈছোঁ৷ প্ৰাক্তন সাংসদ তথা একেৰাহে ৩ বাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা গগৈদেৱৰ বিয়োগত সামাজিক-ৰাজনৈতিক ক্ষেত্ৰৰ এক অপূৰণীয় ক্ষতি৷ দূৰদৰ্শী চিন্তাধাৰাৰে গগৈদেৱে সমাজ আৰু ৰাজনীতিলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷ প্ৰয়াত গগৈদেৱৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰিছোঁ৷ PR News Assam ৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন জনাইছো ৷