নাজিৰা কেন্দ্ৰীয় ৰঙালী উৎসৱ -২০২৩

PR NEWS ASSAM ঃ নাজিৰা নাট্য মন্দিৰৰ প্ৰাঙ্গণত অহা ইং ১১ আৰু ১২ মে’ ২০২৩ তাৰিখে নাজিৰা কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৩ আয়োজন কৰা হৈছে ৷সবিশেষ যোগাযোগ কৰিব পাৰিব নাজিৰা নাট্যমন্দিৰৰ প্ৰাঙ্গণত অস্থায়ী কাৰ্যালয়ত ৷