চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ৷

নিউজ ডেস্ক PR NEWS ASSAMঃ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব ৷দিল্লী, কোচি, গোয়া আৰু আহমেদাবাদৰ দৰে কিছুমান ষ্টেচনত লণ্ডনৰ বিমানৰ যথেষ্ট প্ৰৱল চাহিদা গৈছে এই কথা সদৰি কৰিছে বিমান কতৃপক্ষই ৷