নাজিৰালৈ গৌৰৱ৷

PR NEWS ASSAM নাজিৰা ৩০ নৱেম্বৰ ঃ

নাজিৰামহকুমাৰ অন্তৰ্গত বাউলীমৈডাম গাৱঁৰ প্ৰজ্ঞা প্ৰত্যাক্ষী গগৈয়ে গুজৰাটত অনুষ্ঠিত হৈ যোৱা ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় কুডু প্ৰতিযোগিতাত তেৰ বছৰ অনুৰ্ধ্বৰ শাখাত সোণৰ পদক আৰু তৃতীয় বাৰ্ষিক ফেডাৰেচন কাপ ২০২২ ত ব্ৰঞ্জৰ পদক লাভ কৰি নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে ।